এই ৱেবছাইটটো ডঃ ভূপেন হাজৰিকাদেৱৰ কিছুসংখ্যক গীতৰ কথা ডিজিটেল (ইউনিকোড ব্যৱহাৰ কৰি) মাধ্যমত সংৰক্ষণ কৰাৰ এক বিনম্ৰ প্ৰয়াস । ডঃ হাজৰিকা দেৱৰ প্ৰথম মৃত্যু বাৰ্ষিকীত মেঘালয়ৰ ৰাজ্যপাল মাননীয় শ্ৰীৰঞ্জিত শেখৰ মুছাহাৰীদেৱে উন্মোচন কৰা এই ৱেবছাইটটোত আৰম্ভণিতে ডঃ ভূপেন হাজৰিকাদেৱৰ ৩৫৬(তিনিশ চাপ্পন)টি গীতৰ কথা সংগ্ৰহ কৰি সংৰক্ষণ কৰা হৈছিল । যোৱাটো বৰ্ষত পুনৰ নতুনকৈ ১৬টি গীত সংগ্ৰহ কৰি সংযোজন কৰা হৈছে। এই সংকলনটিৰ বাবে গীতৰ কথাখিনি সংগ্ৰহ কৰোতে বিভিন্ন কিতাপ, আলোচনী, বাতৰি কাকত, ইণ্টাৰনেট আদিৰ সহায় লোৱা হৈছে আৰু এই ছেগতে আমি সকলোলৈকে আমাৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলো । এই সমগ্ৰ কামখিনি তথ্য প্ৰযুক্তিবিদ্যা বিভাগ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ “ভাষাপ্ৰযুক্তি উন্নয়ন আৰু গৱেষণাগোট"ৰ অধীনত কৰা হৈছে ।

যিহেতু সমগ্ৰ সংকলনটিত বিভিন্ন উৎসৰ পৰা সংগৃহীত গীতৰ কথা ইউনিকোডভিত্তিক অসমীয়া ফন্ট ব্যৱহাৰ কৰি সংৰক্ষণ কৰা হৈছে, সেয়েহে ইয়াত অনিচ্ছাকৃত ভুল ত্ৰুটি থাকিব পাৰে- বিশেষকৈ যুক্তাক্ষৰ মুদ্ৰণৰ ক্ষেত্ৰত ত্ৰুটি দেখা যাব পাৰে। ৰাইজৰ মূল্যবান পৰামৰ্শ আৰু মতামতে আমাক এই ডিজিটেল সংকলনটিৰ ভৱিষ্যত সংশোধন/পৰিমার্জন/উন্নিতিকৰণত অতিকৈ উৎসাহিত কৰিব।

Team and Contacts

Prof.  Shikhar Kr. Sarma
Head of Department of Information Technology
Gauhati University: Guwahati: Assam 781014: India
& Chief Investigator, Language Tech. Dev. Projects
sks001@gmail.com
ডঃ শিখৰ কুমাৰ শৰ্মা
মুৰব্বী অধ্যাপক, তথ্য প্ৰযুক্তিবিদ্যা বিভাগ,
গুৱাহাটী বিশ্ববিদ্যালয়, গুৱাহাটী অসম ৭৮১০১৪
মুৰব্বী, ভাষাপ্ৰযুক্তি উন্নয়ন প্ৰকল্প
  • Utpal Saikia
    উৎপল শইকীয়া
  • Ratul Deka
    ৰাতুল ডেকা
  • Himadri Bharali
    হিমাদ্ৰী ভড়ালী
  • Nabanath Saharia
    নৱনাথ চহৰীয়া
  • Mayashree Mahanta
    মায়াশ্ৰী মহন্ত
  • Munindra Kumar
    মুনীন্দ্ৰ কুমাৰ
  • Tanmoyee Bayan
    তন্ময়ী বায়ন
  • Dibyajyoti Sarma
    দিব্যজ্যোতি শৰ্মা
  • Kishore Kashyap
    কিশোৰ কাশ্যপ
  • Abdul Hannan
    আব্দুল হান্নান
  • Anup Kr Barman
    অনুপ কুমাৰ বৰ্মন
  • Jumi Sarmah
    জুমি শৰ্মা
  • Biswajit Brahma
    বিশ্বজিৎ ব্ৰহ্ম
  • Ambeswar Gogoi
    অম্বেশ্বৰ গগৈ