জিগিজা-গিজাও

jigijaa-gijao

ৰচনা কাল : ১৯৭৫
 
গাভৰু :- জিগিজা-গিজাও অʼ গিজাও
জিগিজা-গিজাও অʼ গিজাও
জিগিজা-গিজাও অʼ গিজাও
ছোট ঘৰেৰ বহু বেটী, পিঠে পৰে চূল গʼ
যৌৱনেৰে আঙ্গিনাই উড়ে গেন্দা ফুল গʼ।।

গাভৰু :- গাছেৰ মাজে তুলসী, পাতেৰে মাজে পাণ
আৰে নাৰীৰ মাজে চামেলি পুৰুষ সাৱধান।
দেখ্ গৌৰী গৌৰী, খোপা বান্ধে খাসেকৰি
হাতে শাঁখা চুড়ি ললকাৰি
ৰাজহংসী চালে চলে গৌৰী।

গাভৰু :- সমবেত : শিশিৰে কি ফুটে ফুল
বিনা বাৰিষণে
বচনে কি মজে মন
বিনা দৰিশনে ।

ডেকা :- লাল, লাল শালুকেৰ ফুল
আʼৰে ৰাত্ৰি ফুটে লাল গʼ
কʼন ফুলতা কত মধুৰ
গণিতে না-পাৰি গʼ ।
পাকিল, ফুটিল ডাৰিম
আʼৰে পাঁকিল, ফুটিল ডাৰিম
লকে তাৰে খায়ৰে
চাল্লা, এই দেশে পণ্ডিত নাই
পিয়াকে বুঝায়ৰে।।

গাভৰু : সমবেত : জিগিজা গিজাও অʼ গিজাও
ডেকা :  ৰাতেৰ কদম ঝলকে
 আৰে জীয়া মোৰ লʼলকে
ভৰ যৌৱন কলসীত পানী চলকে
আৰে জীয়া মোৰ ললকে।।