Songs that start with, জ
ৰচনা কাল : ১৯৮৩
জন্মদিন জন্মদিন শুভ জন্মদিন
প্ৰতিদিন হয় যেন ৰঙীণ ৰঙীণ
জোনে পঢ়া-শুনা কৰি
উঠি ৰেলগাড়ীত
জোনে যাব মানুহৰ উপকাৰ কৰি
পুতলায়ো নাচে আজি
তাক্ ধিনা ধিন্ ধিন্
লহৰা-লহৰি আঙুলি বুলায়
সময়ৰ বাঁহীটি সুৰ দি যায়
শুভ আশীষেৰে যেন বাঢ়ে প্ৰতিদিন
প্ৰতিক্ষণ হয় যেন ৰঙীণ ৰঙীণ।।