Songs that start with,

কʼৰবাত যদি সৰগ আছে

ভূঃ হাঃ -- কথা :-  কʼৰবাত যদি সৰগ আছে
তেনে এইয়ে সৰগ
হামি হাস্ত
হামি হাস্ত
অনুৰাধা :-- সৰগ নামিছে
ভূঃ হাঃ -- ভূস্বৰ্গত
কোন বেলি যায় অন্ত।
অনুৰাধা :-- সেন্দুৰী কিৰণেও চিঞৰিব
হামি হাস্ত
হামি হাস্ত
হামি হাস্ত।
ভূঃ হাঃ -- দুটি জীৱনৰ সন্ধিক্ষণত
অনুৰাধাঃ- হাতে হাতে  ধৰি আগুওৱা পৰত
দুয়ো দুযোৰে যে ব্যস্ত
ভূঃ হাঃ -- হামি হাস্ত
অনুৰাধাঃ-- হামি হাস্ত।