হাৱা নাই বাতাস নাই

 ৰচনা কাল : ১৯৭৫
 
হাৱা নাই, বাতাস নাই
সৱ গেছে সুখ নাই
তোমাৰ বিনা কেমনে ৰহিবো
কেমনে সাগৰ হবো পাৰ।

পখীৰ খাঁচা, আমাৰ বাসা,
উৰি গেলʼ জীৱন-পখী।
পৰি ৰৈল আশা আমাৰ
উৰি গেলʼ প্ৰাণ সোণটি
নৰৈলেক নাহি পাৰাপাৰ।।
কেমনে সাগৰ হবো পাৰ।